Twilight Of Poem

অ' হেৰুৱা সময়! : Milik Ahmed : twilight of poem

অ' হেৰুৱা সময়!

- মিলিক আহমেদ

অ' হেৰুৱা সময়!
গৃহহিন মনে আজিও তোমাৰ সন্ধান কৰে।
আজিও তুমি অহাৰ অপেক্ষা কৰে।
অ' হেৰোৱা সময়!
তুমি বাৰু ঘূৰি আহিবানে?
তোমাৰ হতে বিলীন হৈ যোৱা
স্মৃতিবোৰে আজিও যেন হাত বাওলি মাতে!
মোৰো মন যায় জানা!
পুৰণি দিনবোৰত ঘূৰি যাবলৈ
শৈশৱৰ হৈতে আৰু এটি ক্ষন পাৰ কৰিবলৈ।
কিন্তু! এয়া জানো সম্ভৱ?
সম্ভৱ হব জানো হেই ধুনীয়া লৰালিলৈ উভতি যোৱা?
নৈৰ পাৰত বালিৰ ঘৰ সজা?
অ' হেৰোৱা সময়!
তুমালৈ বৰ মনত পৰে!
তুমি বাৰু ঘূৰি আহিবানে?
________________________________
(All rights reserved by the author, copyright reserved)


Twilight Of Broken Heart | Milik Ahmed


Checkout this Latest Poetry Book by Milik Ahmed,
A collection of Poetries explaining the Pain of a Man's heart.

You can buy Twilight Of Broken Heart from the following Stores:



Notion Press: Twilight Of Broken Heart
---------------------------------------------------------------------------

No comments