প্ৰেম জীৱনৰ অবিচ্ছেদ্য অংগ | নিকী হালৈ | নীলা খামৰ চিঠি | Twilight Of Poem
প্ৰেম জীৱনৰ অবিচ্ছেদ্য অংগ।।হৃদয়ৰ মিলন,স্বৰ্গীয় অনুভূতি।।
✍️নিকী হালৈ
কৃষ্ণ আৰু ৰাধা;;সকলোৰে আদৰ্শৰ প্ৰেমিকহাল।শিশুকালৰ পৰা ৰং ধেমালি কৰি,,হেজাৰ দুষ্টালিৰে লৰালি পাৰ কৰি,যৌৱনৰ সহস্ৰ মৰম কৃষ্ণৰ পৰা বুটলিব সক্ষম হ'ল ৰাধাই।।পিছে ৰাধাই নাপালে কোনোদিনে কৃষ্ণৰ পৰা পত্নীৰ মৰ্য্যাদা।।
কৃষ্ণই গোটেই জীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে অগ্নি সাক্ষী কৰি যাক নিজৰ অধিকাৰ দিছিল,সেয়াই আছিল ৰুক্মিনী।।পিছে ৰুক্মিনী জানো ৰাধাৰ ঠাই পূৰাব পাৰিছে???আজি ও উদাহৰনৰ নামেৰে সকলোৰে মুখে মুখে অহা প্ৰেমিকহাল "ৰাধা-কৃষ্ণ"।।
সঁচাকৈ প্ৰেম নিঃস্বাৰ্থ নিষ্পাপ।।প্ৰাপ্তিবোৰতো প্ৰেম থাকে,নোপোৱাবোৰতো প্ৰেম লুপ্ত থাকে।।
মিলনত যদি প্ৰেম থাকে,,কিছু বিচ্ছেদৰ আঁৰতো থাকে প্ৰেম।।।
এইয়াই জীৱন এইয়াই প্ৰেম।।
-------------------------------------------------------------------
---
🔶 আপোনাৰ কথা অমালৈ লিখি পঠাওক। নীলা খামৰ চিঠি শিতানত আপোনাৰ আপোনাৰ মনৰ কথা প্ৰকাশ কৰিবলৈ আমাৰ ইমেইলত আপোনাৰ লিখনি পঠাব পাৰে।
---
🔶 আপোনাৰ কথা অমালৈ লিখি পঠাওক। নীলা খামৰ চিঠি শিতানত আপোনাৰ আপোনাৰ মনৰ কথা প্ৰকাশ কৰিবলৈ আমাৰ ইমেইলত আপোনাৰ লিখনি পঠাব পাৰে।
আমাৰ ইমেইল: twilightofpoem@gmail.com
----------------------------------------------------------------------🔶 আপোনাৰ কবিতা আমালৈ পঠিয়াওক আৰু লাভ কৰক কিছু আকৰ্ষণীয় উপহাৰৰ সুযোগ।
•অনুগ্ৰহ কৰি comment কৰিব চেষ্টা কৰিব। আপোনাৰ comment ত লিখকে প্ৰেৰণা পাব পাৰে। যদি কবিতাটি ভাল লাগে সমনিয়াৰ লগত share কৰিব।
(All rights reserved by the website, copying without proper permission is strictly prohibited, instead share our poem with proper credit)



Post a Comment