Twilight Of Poem

কেণ্টিনৰ আড্ডা

কেণ্টিনৰ আড্ডা:: twilightofpoem.in
(Image Contributed by Ridip Deka)

কেণ্টিনৰ আড্ডা!

        -আকাশ বৰ্মন


কিমান যে স্মৃতি
এবাৰ যদি ডুবি জাও,
সেই কলেজত কৰা আড্ডা বোৰৰ দিনত
নাপাওঁ আৰু আহিব উভতি।।

বৰিঙ ক্লাচ, বৰিঙ টিচাৰ্চ
সকলোৰে এটাই চলোচন
কেনটিন!!
এক কাপ চাহৰ আমেজ,
মন জোৰাই দুৰ কৰে
মানসিকতাৰ বজা।।

কেনটিনত বহি ছোৱালী চোৱা
আৰু লগত চাহ পকৰিৰ আমেজ লোৱা
কিমান যে কৰিছিলোঁ মজা।
মনত পৰি থাকে সেই
অচিনতন সোণালী দিন বোৰৰ কথা।।

(All rights reserved by twilightofpoem.in, copying without proper permission is strictly prohibited)

No comments