Twilight Of Poem

ডুবি মৰিছো!

Twilightofpoem.in

ডুবি মৰিছো!

-মৃদুজ্যোতি নাথ

নেহৰু পাৰ্কত সিদিনা বতাহ বলা নাছিল,
সুগন্ধি এটাই জীয়াই ৰাখিছিল মোক ,
উশাহ আৰু নিশাহৰ পাৰ্থক্য হেৰাইছিলো,
গোন্ধটিয়ে নিচা লগাইছিল..

তুমি আহিলে ফুল কেইটায়ো গোন্ধ সামৰি থয়,
তুমি তুমি লগা গোন্ধটিয়ে প্ৰেম বিয়পায়..
       মই ডুবি মৰিছো !

No comments