Twilight Of Poem

ৰূপ


ৰূপ

     -নদন পৰিন্দয়


মোৰ দৃষ্টিত অপূৰ্ব সৃষ্টি
পাট গাভৰুৰ ৰূপ
দেহত তোমাৰ ৰঙীন আভা
সুন্দৰৰ পুত্ৰী তুমি
অপৰূপা...
ভালপোৱাৰ সমুদ্ৰত
মৰমবোৰে ৰাখে
তোমাৰ ওঠত
মিঠা হাহিঁ।
চকুত চোৱা ময়ূৰ চাৱনি
মোৰ দৃষ্টিত অপূৰ্ব সৃষ্টি
তুমি হোৱা ৰূপৰ মাধুৰী!
(সমাপ্ত)

No comments