ভাংগাৰুৰ কথা
ভাংগাৰুৰ কথা
-সৌভিক শ্যামল চক্ৰৱৰ্তী
এদিন চৰম মাদকতাৰে নিচা কৰিম
মই
নিচাগ্ৰস্ত 'মই'ক বিছিন্ন কৰি ৰাখিম
ঘৰত
সাৰ নিদিও কাৰোৰে মাৱতত
ফোনটোও বন্ধ থাকিব
একেবাৰেই নিৰৱৰ সংগী
চৰম বিলাসীতাৰ নীৰৱতা
টিভি টোও নোখোলো,খুলিলেইটো
নাচ-গান
বাতৰিৰ কাগজবোৰো পৰি থাকিব
পাত এখিলা নুলুটিয়াওঁ,
তাতেও যে কেৱল ধৰ্ষণ আৰু
হত্যাৰেই খবৰ থাকে!
নাথাকিলে বুজিবা সেইটো যেন ভুৱা
কথাৰ ভাণ্ডাৰ।
সেইদিনা মই এডোখৰ ভাংৰ পাতত,
শব্দৰে শব্দ আঁকিম।
আঁকিম এন্ধাৰ,আঁকিম অকৃত্ৰিম
পোহৰ,
সেইদিন মই শব্দৰ কাৰীগঢ় হৈ উঠিম।
যিদিনা চৰম মাদকতাৰে নিচা কৰিম মই।
মই
নিচাগ্ৰস্ত 'মই'ক বিছিন্ন কৰি ৰাখিম
ঘৰত
সাৰ নিদিও কাৰোৰে মাৱতত
ফোনটোও বন্ধ থাকিব
একেবাৰেই নিৰৱৰ সংগী
চৰম বিলাসীতাৰ নীৰৱতা
টিভি টোও নোখোলো,খুলিলেইটো
নাচ-গান
বাতৰিৰ কাগজবোৰো পৰি থাকিব
পাত এখিলা নুলুটিয়াওঁ,
তাতেও যে কেৱল ধৰ্ষণ আৰু
হত্যাৰেই খবৰ থাকে!
নাথাকিলে বুজিবা সেইটো যেন ভুৱা
কথাৰ ভাণ্ডাৰ।
সেইদিনা মই এডোখৰ ভাংৰ পাতত,
শব্দৰে শব্দ আঁকিম।
আঁকিম এন্ধাৰ,আঁকিম অকৃত্ৰিম
পোহৰ,
সেইদিন মই শব্দৰ কাৰীগঢ় হৈ উঠিম।
যিদিনা চৰম মাদকতাৰে নিচা কৰিম মই।


Hridoysporsi ♥
ReplyDelete❤️
Delete❤️❤️ Touching bhai ��
ReplyDelete❤️
DeleteDhuniya 💗💗💗💗💗💗
ReplyDeleteসুন্দৰ
ReplyDeleteSexy 🌼👌
ReplyDelete